অসম বাৰ্তা (ইংৰাজী: Asom Barta) এখন অসমীয়া ভাষাৰ বাতৰি কাকত আৰু ডিজিটেল নিউজ মেডিয়া। 'অসম বাৰ্তা' প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাকতখন প্ৰতি সোমবাৰে মাজুলীৰ পৰা প্ৰকাশ পাই আহিছে। ২০২০ চনৰ ২০ এপ্ৰিল তাৰিখে প্ৰথম সংখ্যা প্ৰকাশ পাইছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

অসম বাৰ্তা
ফৰমেট ডাঙৰ পৃষ্ঠা
গৰাকী তনয় বৰা
প্ৰতিষ্ঠাপক তনয় বৰা
প্ৰকাশক অসম বাৰ্তা প্ৰকাশন
সম্পাদক তনয় বৰা
প্ৰতিষ্ঠা ২০ এপ্ৰিল ২০২০
মুখ্য কাৰ্যালয় এ.বি. বিল্ডিং, গড়মূৰ-৭৮৫১০৪ মাজুলী, অসম
ভগ্নী কাকত Mirror of India
ৱেবছাইট asombarta.in epaper.asombarta.in

প্ৰকাশ সম্পাদনা কৰক

'অসম বাৰ্তা'ৰ প্ৰকাশক হৈছে 'অসম বাৰ্তা' প্ৰকাশন। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।

কাৰ্যালয় সম্পাদনা কৰক

বাতৰি কাকতখনৰ মুখ্য কাৰ্যালয় মাজুলীৰ সদৰ গড়মূৰৰ এ.বি. বিল্ডিঙত অৱস্থিত।[উদ্ধৃতিৰ প্ৰয়োজন]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক