অৰবিন্দ ত্ৰিবেদী
অৰবিন্দ ত্ৰিবেদী (ইংৰাজী: Arvind Trivedi; ৮ নৱেম্বৰ ১৯৩৮ – ৬ অক্টোবৰ ২০২১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ৪০ বছৰৰো অধিক কাল ধৰি গুজৰাটী চলচ্চিত্ৰত কাম কৰিছিল। ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷[1][2] তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে গুজৰাটৰ চাবৰকন্থাৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল।
অৰবিন্দ ত্ৰিবেদী | |
---|---|
সংসদৰ সদস্য, লোকসভা | |
কাৰ্যকাল ১৯৯১ – ১৯৯৬ | |
পূৰ্বসূৰী | মগনভাই পাটেল |
উত্তৰসূৰী | নিশা চৌধুৰী |
সমষ্টি | চাবৰকন্থা, গুজৰাট |
ব্যক্তিগত তথ্য | |
জন্ম | ৮ নৱেম্বৰ, ১৯৩৮ ইন্দৰ, ইন্দৰ ৰাজ্য, বৃটিছ ভাৰত (বৰ্তমান মধ্যপ্ৰদেশ, ভাৰত) |
মৃত্যু | ৬ অক্টোবৰ, ২০২১ (৮২ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | নলিনী ত্ৰিবেদী |
সম্বন্ধীয় | উপেন্দ্ৰ ত্ৰিবেদী (ভাতৃ) |
পেচা | অভিনেতা, ৰাজনীতিবিদ |
ৰাজনৈতিক কৰ্মজীৱন সম্পাদনা কৰক
১৯৯১ চনত অৰবিন্দ ত্ৰিবেদীয়ে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে চাবৰকন্থা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু ১৯৯৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
স্বীকৃতি সম্পাদনা কৰক
গুজৰাট চৰকাৰে প্ৰদান কৰা গুজৰাটী চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে তেওঁ সাতটা বঁটা লাভ কৰিছিল।[3]
চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
চলচ্চিত্ৰ সম্পাদনা কৰক
বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
---|---|---|---|---|
১৯৭১ | পৰায়া ধন | হিন্দী | ||
১৯৭১ | জেচাল তোৰাল | জেচাল | গুজৰাটী | |
১৯৭২ | জঙ্গল মেঁ মঙ্গল | হিন্দী | ||
১৯৭৩ | আজ কী তাজা খবৰ | ইনস্পেক্টৰ | হিন্দী | credited as "Arvind Trivadi" |
১৯৮৪ | কুনৱাৰবি নু মমেৰুন | নাৰছিন মেহতা | গুজৰাটী | |
১৯৭৪ | ত্ৰিমূৰ্তি | বলৰাম | হিন্দী | প্ৰধান খলনায়ক |
১৯৭৪ | হোথান পদ্মিনি | গুজৰাটী | ||
১৯৭৫ | জোগিদাস খুমন | গুজৰাটী | ||
১৯৭৫ | শেতাল নে কানথে | গুজৰাটী | ||
১৯৭৬ | সন্তু ৰাঙিলী | গুজৰাটী | ||
১৯৭৭ | পাইছো বোলে চেহ | গুজৰাটী | ||
১৯৭৮ | ভগত গোৰা কুম্ভাৰ | গুজৰাটী | ||
১৯৭৯ | হম তেৰে আশিকি হেঁ | বলৰাম | হিন্দী | |
১৯৮০ | মণিয়াৰো | গুজৰাটী | ||
১৯৮২ | ঢলি | গুজৰাটী | ||
১৯৮৯ | সাতি তোৰাল | গুজৰাটী | ||
১৯৮৯ | দাদা নে ভাহলি দিক্ৰি | গুজৰাটী | ||
১৯৯৮ | দেশ ৰে জয়া দাদা পৰদেশ জয়া | দাদাজী | গুজৰাটী |
টেলিভিচন সম্পাদনা কৰক
বৰ্ষ | ধাৰাবাহিক | চৰিত্ৰ | চেনেল | টোকা |
---|---|---|---|---|
১৯৮৫ | বিক্ৰম ঔৰ বেতাল | যোগী | ডিডি নেশ্যনেল | |
১৯৮৭ | ৰামায়ণ | ৰাৱণ, ঋষি বিশ্ৰবা | ||
১৯৯৫ | বিশ্বমিত্ৰ | সত্যব্ৰত ত্ৰিশনকু |
মৃত্যু সম্পাদনা কৰক
২০২১ চনৰ ৬ অক্টোবৰ তাৰিখে পুৱা প্ৰায় ৯:৩০ বজাত তেওঁ হাৰ্ট এটেকৰ ফলত মৃত্যুবৰণ কৰে। মুম্বাইত থকা তেওঁৰ কান্দিৱালী বাসগৃহত তেওঁৰ মৃত্যু হয়।[4][5]
তথ্যসূত্ৰ সম্পাদনা কৰক
- ↑ "Actor Arvind Trivedi, the Ravana in 'Ramayan', passes away; Modi pays tribute". The Economic Times. 6 October 2021. https://economictimes.indiatimes.com/magazines/panache/actor-arvind-trivedi-the-ravana-in-ramayan-passes-away/articleshow/86800741.cms। আহৰণ কৰা হৈছে: 6 October 2021.
- ↑ "Behind the scenes: Dress designers to actors & deities". The Tribune. 20 April 2003. http://www.tribuneindia.com/2003/20030420/spectrum/main5.htm.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;:0
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Ramayan actor Arvind Trivedi passes away at 82; co-stars Dipika Chikhlia, Arun Govil and more offer condolences". Nirali Kanabar. Times Now. 6 October 2021. https://www.timesnownews.com/entertainment-news/article/ramayan-actor-arvind-trivedi-passes-away-at-82-co-stars-dipika-chikhlia-arun-govil-and-more-offer-condolences/820846। আহৰণ কৰা হৈছে: 6 October 2021.
- ↑ "Arvind Trivedi, Ramayan’s Raavan, dies of heart attack, Sunil Lahiri offers condolences" (en ভাষাত). Hindustan Times. 2021-10-06. https://www.hindustantimes.com/entertainment/tv/arvind-trivedi-lankesh-ramayan-s-raavan-dies-of-heart-attack-sunil-lahiri-offers-condolences-101633481788357.html। আহৰণ কৰা হৈছে: 2021-10-06.