ইউক্ৰেনীয় ৱিকিপিডিয়া

ইউক্ৰেনীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইউক্ৰেনীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 13,22,198 প্ৰবন্ধ আছে।

Favicon of Wikipedia ইউক্ৰেনীয় ৱিকিপিডিয়া
soft2i
ইউ আৰ এল uk.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ইউক্ৰেনীয় es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যা সম্পাদনা কৰক

 
Growth in the number of Ukrainian Wikipedia articles

২০২৪ চনত ইউক্ৰেনীয় ৱিকিপিডিয়াৰ ১৩,২২,১৯৮টা প্ৰবন্ধ, ৭,৪৭,০০০ গৰাকী সম্পাদক, ৫০ গৰাকী প্ৰশাসক আৰু ১,১৪,২৫২টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪,২৩,৬২,১৬২।[1]

বাহ্যিক সংযোগ সম্পাদনা কৰক

ইউক্ৰেনীয় ৱিকিপিডিয়া

তথ্য সংগ্ৰহ সম্পাদনা কৰক