ইটা-গুড়িয়া নাচনী চৰাই

ইটা-গুড়িয়া নাচনী চৰাই (ইংৰাজী: Ferruginous Flycatcher, বৈজ্ঞানিক নাম-Muscicapa ferruginea) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷

ইটা-গুড়িয়া নাচনী চৰাই
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Muscicapidae
গণ: Muscicapa
প্ৰজাতি: M. ferruginea
বৈজ্ঞানিক নাম
Muscicapa ferruginea
(Hodgson, 1845)
ইটা-গুড়িয়া নাচনী চৰাইৰ কণী

বিৱৰণ সম্পাদনা কৰক

এই চৰাইবিধৰ দেহৰ দৈৰ্ঘ্য ১৪৫-১৫০ মি:মি:, পাখিৰ দৈৰ্ঘ্য ৬৮-৭৫ মি:মি: আৰু নেজৰ দৈৰ্ঘ্য ৪৩-৫০ মি:মি:৷ ইয়াৰ মূৰৰ ওপৰৰ অংশ (crown) আৰু কপাল ছাঁই বৰণীয়া৷ দেহৰ পিঠি অংশ মাখন বৰণীয়া৷[2]

বিতৰণ সম্পাদনা কৰক

এই চৰাইবিধ বাংলাদেশ, ভূটান, চীন, ইণ্ডোনেছিয়া, জাপান, লাওছ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, ভাৰত, ছিংগাপুৰ,টাইৱান, থাইলেণ্ড আৰু ভিয়েটনাম আদি দেশত দেখিবলৈ পোৱা যায়৷

বাসস্থান সম্পাদনা কৰক

ইটা-গুড়িয়া নাচনী চৰাই সাধাৰণতে ক্ৰান্তীয় সেমেকা অৰণ্য (tropical moist montane forest)ত পোৱা যায়৷

আচৰণ সম্পাদনা কৰক


খাদ্য সম্পাদনা কৰক


প্ৰজনন সম্পাদনা কৰক

ইটা-গুড়িয়া নাচনী চৰায়ে মে-জুন মাহত প্ৰজনন কৰে৷ ইহঁতে শেলাই, লাইকেন আদিৰে গছৰ খোৰোঙত বাহ সাজে৷ কণীবোৰৰ বৰণ পাতল সেউজীয়া হোৱা দেখা যায়৷[3]

তথ্যসূত্ৰ সম্পাদনা কৰক