ঈ
ঈ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ চতুৰ্থ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঈ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঈ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঈ'-ক এনেদৰে লিখা যায়।[2]
ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক
কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঈ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঈ'ৰ গৌণ প্ৰতীক। 'ঈ'ৰ এই ৰূপ হ'ল 'ী'।[3] যেনে ক্+ঈ=কী আদি।
ইউনিক’ড সম্পাদনা কৰক
ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[4] |
---|---|---|---|---|
স্বতন্ত্ৰ ৰূপ | ঈ | ঈ | U+0988 |
BENGALI LETTER II |
গৌণ ৰূপ | ী | ী | U+09C0 |
BENGALI VOWEL SIGN II |
'ঈ'ৰ পৰা আৰম্ভ হোৱা শব্দ সম্পাদনা কৰক
কিছু উদাহৰণ হ'ল-
আদি।
ঈ-কাৰ যুক্ত শব্দৰ উদাহৰণ সম্পাদনা কৰক
- স্ত্ৰী
- ক্ষীণ
- নীম
- বীণা
- ধীৰজ
- হীন
- জীৱ
- গীত
- নীলাচল
- দ্বিতীয় বিশ্বযুদ্ধ
- মীৰাবাঈ
আদি।
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ xobdo.org search result of স্বৰবৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ http://xobdo.org/article/L0103
- ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)