উমা ডগ্ৰা (ইংৰাজী: Uma Dogra) এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী।[1] তেওঁ জয়পুৰ ঘৰানাৰ কথক নৃত্যৰ পণ্ডিত দুৰ্গা লালৰ সবাতোকৈ পুৰণি শিষ্য।[2] নৃত্য কৰাৰ লগতে তেওঁ এগৰাকী কৰিঅ'গ্ৰাফাৰ আৰু শিক্ষয়িত্ৰী।[1][3] ৪০ বছৰ ধৰি তেওঁ ভাৰতৰ লগতে বিদেশতো নৃত্য প্ৰদৰ্শন কৰি আহিছে।

উমা ডগ্ৰা
প্ৰাথমিক তথ্য
জন্ম ২৩ এপ্ৰিল, ১৯৫৭ (৬৭ বছৰ)
নতুন দিল্লী, ভাৰত
সংগীতৰ প্ৰকাৰ ভাৰতীয় ধ্ৰুপদী নৃত্য
পেচা কথক নৃত্যশিল্পী, শিক্ষক, নৃত্য-পৰিচালক, প্ৰসাৰক আৰু উদ্যোক্তা
কাৰ্যকাল ১৯৭২
সহযোগী  দুৰ্গা লাল, ৰাঘৱান নায়াৰ, আমজাদ আলী খান, হেমা মালিনী, আশা পাৰেখ
ৱেবছাইট umadogra.com

তথ্যসূত্ৰ সম্পাদনা কৰক