এক দীৱানা থা (হিন্দী: एक दीवाना था) হৈছে ২০১২ চনৰ জানুৱাৰী মাহত মুক্তি পাব লগা এখন হিন্দী ভাষাৰ ৰোমাণ্টীক চলচ্চিত্ৰগৌতম মেনন পৰিচালিত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰতিক বাব্বৰ আৰু এমি জেকছনকে। এই ছবিখন গৌতম মেননৰ দ্বাৰাই পৰিচালিত তামিল ভাষাৰ ছবি ভিন্নইথাণ্ডি ভৰুভায়াৰ পুনৰনিৰ্মাণ।[1]

এক দীৱানা থা
পৰিচালক গৌতম মেনন
চিত্ৰনাট্য জাভেদ আখটাৰ
কাহিনী গৌতম মেনন
প্ৰযোজক গৌতম মেনন
ৰেশমা ঘাটলা
ভেংকট সোমাসুন্দৰম
অভিনয়ত প্ৰতিক বাব্বৰ
এমি জেকছনক
মনু ঝষি
চিত্ৰগ্ৰহণকাৰী এম এচ প্ৰভু
সম্পাদনা এণ্ঠোনী গোঞ্জালভেজ
সংগীত পৰিচালক এ আৰ ৰহমান
প্ৰযোজনা
কোম্পানী
ফক্স ষ্টাৰ ষ্টোডিঅ'চ্
ফটন কথাচ
মুক্তি
জানুৱাৰী ২০১২
দেশ ভাৰত ভাৰত
ভাষা হিন্দী

ছবিখনৰ কাহিনী সম্পাদনা কৰক

অভিনয়ত সম্পাদনা কৰক

  • প্ৰতিক বাব্বৰ (শচিন)
  • এমি জেকছনক
  • মনু ঝষি
  • শচিন খেৰকাৰ
  • ৰমেশ চিপ্পি (বিশেষ এভূমুকি)

অন্য ভাষাৰ সংস্কৰণৰ সৈতে চৰিত্ৰসমূহৰ তুলনা সম্পাদনা কৰক

ভিন্নইথাণ্ডি ভৰুভায়া
(তামিল)
য়ে মায়া ছেসাবে
(তেলেগু)
এক দীৱানা থা
(হিন্দী)
সিলামবৰসন ৰাজেন্দৰ নাগা চৈতন্য প্ৰতিক বাব্বৰ
তৃষা কৃষ্ণন সামাণ্ঠা ৰূঠ প্ৰভু এমি জেকছনক
গণেশ জনাৰ্দন কৃষ্ণুডু মনু ঝষি

নিৰ্মাণ কাহিনী সম্পাদনা কৰক

চিত্ৰগ্ৰহণ সম্পাদনা কৰক

ফলাফল সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

ভিন্নইথাণ্ডি ভৰুভায়াৰ দৰেই এক দীৱানা থা-ও সংগীত পৰিচালনা কৰিছে এ আৰ ৰহমানে। তামিল গীতবোৰৰ হিন্দী সংস্কৰণৰ লগতে এই ছবিখনত জাভেদ আখটাৰ ৰচিত দুটা অতিৰিক্ত গীত সংযোগ কৰা হৈছে।

তথ্যসূত্ৰ সম্পাদনা কৰক