কন্যা মহাবিদ্যালয়

অসমৰ মহিলা শিক্ষানুষ্ঠান

কন্যা মহাবিদ্যালয় (ইংৰাজী: Kanya Mahavidyalaya) হৈছে ১৯৭৭ চনত স্থাপিত অসমগুৱাহাটীত অৱস্থিত এখন মহিলাৰ উচ্চশিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1] এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।

কন্যা মহাবিদ্যালয়
স্থাপিত ১৯৭৭
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° ৰীণা ৰাণী বৰদলৈ
স্থান গুৱাহাটী, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.kanyamahavidyalaya.org

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক