কলকোটি বা গ'এডিজা[2] এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানউজনি ডিৰ জিলাৰ কলকোট অঞ্চলত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।[3]

Kalkoti
کلکوٹی / کھلکوٹی / کھعلکوٹی
উচ্চাৰণ [kʰælkoːʈ]
থলুৱা অঞ্চল Pakistan
অঞ্চল Kalkot Tehsil
স্থানীয় ভাষিক
6,000 (2018)e25
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 xka
গ্লোটোলগ kalk1245[1]

ধ্বনি তত্ত্ব সম্পাদনা কৰক

তলত কলকোটি ভাষাৰ ধ্বনিসমূহৰ সবিশেষ দিয়া হৈছে।[4]

স্বৰধ্বনি সম্পাদনা কৰক

Front Back
Close ɪ~i(ː) ʊ~u(ː)
Mid
Open ə~æ(ː)~aː ɑ(ː)~ɒ(ː)

হ্ৰস্বস্বৰ কেন্দ্ৰীকৃত; নাকেৰে উচ্চাৰণ কৰা এটি ফনেমিক প্ৰক্ৰিয়া হ'ব পাৰে।[4]

ব্যঞ্জনধ্বনি সম্পাদনা কৰক

Labial Dental Retroflex Palatal Velar Uvular Glottal
Nasal m n ɳ (?) ŋ (?)
Plosive voiceless p t ʈ k q ʔ (?)
aspirated ʈʰ (?)
voiced b d ɖ ɡ
Affricate voiceless ts
aspirated tʂʰ (?) tʃʰ
voiced
Fricative voiceless (f) s ʂ ʃ x
voiced z ɣ
Lateral l
Flap ɾ ɽ (?)
Approximant ʋ j

/q, ʦ, x, z, ɣ, ɽ/ ফনীম খুব সম্ভৱ অন্য ভাষাৰ পৰা অহা শব্দৰ দ্বাৰা ভাষাটোত সোমাই পৰিছে। Voiceless aspirate শৃংখলা সুৰক্ষিত আৰু চুবুৰীয়া পলুলা ভাষাৰ বিপৰীতে, কলকোটিত কোনো breathy voiced শৃংখলা নাই। /ʔ/ৰ ফনেমিক স্থিতি অস্পষ্ট আৰু সম্ভৱতঃ সুৰৰ সৈতে সম্বন্ধিত।

সুৰ সম্পাদনা কৰক

কলকোটিৰ সুৰ ব্যৱস্থা সম্ভৱতঃ পূৰ্বতে শ্বিনা ভাষাৰ দৰেই আছিল। কিন্তু চুবুৰীয়া কোহিস্তানী ভাষাসমূহৰ প্ৰভাৱত এই ভাষাৰ সুৰ ব্যৱস্থা অতিকৈ জটিল হৈ পৰিছে।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Kalkoti". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/kalk1245. 
  2. Liljegren 2013, পৃষ্ঠা. 129.
  3. Frawley, William (May 2003) (en ভাষাত). International Encyclopedia of Linguistics: 4-Volume Set. Oxford University Press, USA. ISBN 978-0-19-513977-8. https://books.google.com/books?id=sl_dDVctycgC&pg=RA2-PA198. 
  4. 4.0 4.1 4.2 Liljegren 2013, পৃষ্ঠা. 134–44.

গ্ৰন্থ তালিকা সম্পাদনা কৰক