কুলূঈ
এক পশ্চিমীয়া পাহাড়ী ভাষা
কুলূঈ বা কুলৱী (টাকৰী লিপিত: 𑚊𑚰𑚥𑚷𑚱𑚃/𑚊𑚰𑚥𑚷𑚱𑚦𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়।
ধ্বনিতত্ত্ব সম্পাদনা কৰক
ব্যঞ্জনধ্বনি[1][2][3] সম্পাদনা কৰক
বাইলেবিয়েল | ডেণ্টেল | এল্ভিয়'লাৰ | ৰেট্ৰোফ্লেক্স | পেলেটেল | ভেলাৰ | ফেৰিঞ্জিয়েল | গ্লটেল | |||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
প্ল'চিভ | p pʰ |
b bʱ |
t̪ t̪ʰ |
d̪ d̪ʱ |
ʈ ʈʰ |
ɖ ɖʱ |
k kʰ |
ɡ ɡʱ |
ʔ | |||||
এফ্ৰিকে'ট | ts tsʰ |
dz dzʱ |
c͡ç c͡çʰ |
ɟ͡ʝ ɟ͡ʝʱ |
||||||||||
ফ্ৰিকেটিভ | s | লিপিবদ্ধ | ħ | ɦ | ||||||||||
নেজেল | m | n̪ | ɳ | ɲ | ŋ | |||||||||
ট্ৰিল/ ফ্লেপ | r | ɽ | ||||||||||||
লেটাৰেল | l | ɭ | ||||||||||||
এপ্ৰক্ৰিমেণ্ট | j |
লিপি সম্পাদনা কৰক
Kullui | |
---|---|
𑚊𑚰𑚥𑚷𑚱𑚃, कुळूई, kuḷūī | |
Kuḷūī written in Takri Script | |
থলুৱা অঞ্চল | India |
অঞ্চল | Himachal Pradesh |
স্থানীয় ভাষিক |
196,295 (2011)[4] |
ভাষা পৰিয়াল |
|
লিখন প্ৰণালী | Takri, Devanagari |
ভাষা সংকেত | |
ISO 639-3 | kfx |
গ্লোটোলগ | kull1236 [5] |
এই ভাষা টাকৰী লিপিত লিখা হয়।
স্থিতি সম্পাদনা কৰক
কুলূঈ ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ই এই ভাষাক 'নিশ্চিতভাৱে লুপ্তপ্ৰায়' ভাষাৰ তালিকাত ৰাখিছে, যাৰ অৰ্থ হ'ল, কুলূঈ শিশুৱে এই ভাষাক মাতৃভাষা হিচাপে নিশিকা হৈছে।[6]
টোকা সম্পাদনা কৰক
- ↑ Thakur 1975.
- ↑ Thakur 1975, পৃষ্ঠা. 180.
- ↑ Thakur 1975, পৃষ্ঠা. 181.
- ↑ "Statement 1: Abstract of speakers' strength of languages and mother tongues - 2011". Office of the Registrar General & Census Commissioner, Indiawww.censusindia.gov.in. http://www.censusindia.gov.in/2011Census/Language_MTs.html। আহৰণ কৰা হৈছে: 2018-07-07.
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Kullu Pahari". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/kull1236.
- ↑ "Endangered languages". https://www.theguardian.com/news/datablog/2011/apr/15/language-extinct-endangered.
গ্ৰন্থৰ তালিকা সম্পাদনা কৰক
- , 1975