ঘৰ সংসাৰ (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (১৯৮৩)

ঘৰ সংসাৰ ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত এখন পাৰিবাৰিক অসমীয়া চলচ্চিত্ৰ। শিৱ প্ৰসাদ ঠাকুৰ আছিল ছবিখনৰ পৰিচালক আৰু প্ৰযোজক আছিল আৰ বি মেহতা আৰু এন পি এন নায়াৰ। ছবিখনে বাণিজ্যিক ভাৱে যথেষ্ট সফলতা লাভ‌ কৰিছিল।[1]

ঘৰ সংসাৰ
Ghar Sonsar
পৰিচালক শিৱ প্ৰসাদ ঠাকুৰ
ৰচনা শিৱ প্ৰসাদ ঠাকুৰ
চিত্ৰনাট্য মুনিন বৰুৱা
প্ৰযোজক আৰ বি মেহতা, এন পি এন নায়াৰ
অভিনয়ত বিজয় শঙ্কৰ
বিজু ফুকন
বিদ্যা ৰাও
চিত্ৰগ্ৰহণকাৰী দীন দয়াল ৰাজৌৰীয়া
সম্পাদনা ৰাস বিহাৰী সিনহা
সংগীত পৰিচালক বসন্ত-মাণিক
পৰিবেশক আৰ. বি. ফিল্মছ
মুক্তি
১৯৮৩
দৈৰ্ঘ্য
১৭২ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

অভিনয় শিল্পী সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল বসন্ত-মাণিকে।

ক্ৰমিক নং গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
নাহৰ ফুলে বসন্ত বৰদলৈ সমৰ হাজৰিকা, নমিতা গোস্বামী
তোমাৰ কপালতে বসন্ত বৰদলৈ সমৰ হাজৰিকা, মালবিকা বৰা
জীৱনৰ ৰংবোৰ বসন্ত বৰদলৈ সমৰ হাজৰিকা, মালবিকা বৰা
গাঁৱলৈ তই আহিলি বসন্ত বৰদলৈ সমৰ হাজৰিকা, অৰুণ দাস
বহুতকে বহু দিও বসন্ত বৰদলৈ নমিতা গোস্বামী, ইনা মুখাৰ্জী

[2]

তথ্য উৎস সম্পাদনা কৰক

  1. "Ghar Sangsar". Box Office Assam. Archived from the original on 2020-01-11. https://web.archive.org/web/20200111125152/http://www.boxofficeassam.com/movie/ghar-sangsar/। আহৰণ কৰা হৈছে: ১৮ এপ্ৰিল, ২০২০. 
  2. "Ghar Sonsar". saregama.com. https://www.saregama.com/album/ghar-sonsar_99932। আহৰণ কৰা হৈছে: ২৬ এপ্ৰিল ২০২০.