অসমীয়া: মাজুলীৰ যাতায়ত ব্যবস্থাৰ স্থিৰ চিত্ৰ। ২১শ শতিকাৰ এই বিজ্ঞানৰ যুগত পৃথিৱীৰ বৃহত্তম নদী দ্বীপটোৰ বাসিন্দা সকলৰ একমাত্ৰ যাতায়তৰ সম্বল হিচাপে আছে মাথো এই যন্ত্ৰ চালিত নাওঁ কেইখন, বৰ্তমান যত এখন দলংৰ অতি প্ৰয়োজন ।
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।