চুদানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চুদানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৬১,৭০০ প্ৰবন্ধ আছে।

Favicon of Wikipedia চুদানী ৱিকিপিডিয়া
soft2i
ইউ আৰ এল su.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা চুদানী ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যা সম্পাদনা কৰক

২০২৪ চনত চুদানী ৱিকিপিডিয়াৰ ৬১,৭০০ টা প্ৰবন্ধ, ৩২,০০০ গৰাকী সম্পাদক, ৬ গৰাকী প্ৰশাসক আৰু ৫৩৭ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬,৬৫,৬২৫।[1]

বাহ্যিক সংযোগ সম্পাদনা কৰক

চুদানী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ সম্পাদনা কৰক