ছালাফ

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

ছালাফ' (আৰবী: سلف) বুলিলে ইছলাম ধৰ্মানুসৰি সাধাৰণতে নবী মুহাম্মাদ (ছাঃ) আৰু তেওঁৰ পৰৱৰ্তী তিনি প্ৰজন্মক বুজোৱা হয়।[1]

দ্বিতীয় প্ৰজন্ম সম্পাদনা কৰক

তাবিঈন, ছাহাবাসকলৰ উত্তৰসূৰী।

তৃতীয় প্ৰজন্ম সম্পাদনা কৰক

তাবা তাবিঈন, তাবিঈনসকলৰ উত্তৰসূৰী।

লগতে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Lacey, Robert (2009). Inside the Kingdom, Kings, Clerics, Modernists, Terrorists, and the Struggle for Saudi Arabia. প্ৰকাশক New York: Viking. পৃষ্ঠা. 9.