জাহ্নৱী বৰুৱা (ইংৰাজী: Jahnavi Barua) এগৰাকী অসমীয়া ভাৰতীয় লেখিকা। তেওঁৰ দ্বাৰা ৰচিত Next Door চুটিগল্পৰ সংকলনটি সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত হৈছিল। এই সংলনটোত সন্নিবিষ্ট গল্পসমূহ অসমৰ উগ্ৰবাদী সমস্যাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। [1][2]

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা পেছাত এগৰাকী চিকিৎসক আৰু তেওঁ বাংগালোৰত বাস কৰে। [3][4]

তেওঁ সংযুক্ত গণৰাজ্য(ইংৰাজী: United Kingdom)ত সৃষ্টিশীল ৰচনা (ইংৰাজী: creative writing) বিষয়ত অধ্যয়ন কৰিছিল।

গ্ৰন্থসূচী সম্পাদনা কৰক

Next Door (পেংগুইন ইণ্ডিয়া, ২০০৮) Rebirth (পেংগুইন ইণ্ডিয়া, ২০১০)

পুৰস্কাৰ সম্পাদনা কৰক


তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক