জাৰ্মান ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ জাৰ্মান সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 29,06,820 প্ৰবন্ধ আছে।

Favicon of Wikipedia জাৰ্মান ৱিকিপিডিয়া
soft2i
ইউ আৰ এল de.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা জাৰ্মান es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যা সম্পাদনা কৰক

২০২৪ চনত জাৰ্মান ৱিকিপিডিয়াৰ ২৯,০৬,৮২০ টা প্ৰবন্ধ, ৪৩,৬২,০০০ গৰাকী সম্পাদক, ১৭৪ গৰাকী প্ৰশাসক আৰু ১,২৯,২৫৩ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ২৪,৩০,৫০,০৪১।[1]

বাহ্যিক সংযোগ সম্পাদনা কৰক

জাৰ্মান ৱিকিপিডিয়া

তথ্য সংগ্ৰহ সম্পাদনা কৰক