টিকনি জৱা

সপুষ্পক উদ্ভিদৰ প্ৰজাতি
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Malvaviscus|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

টিকনি জৱা (বৈজ্ঞানিক নাম: Malvaviscus arboreus) হৈছে মালভাচিয়া পৰিয়ালৰ অন্তৰ্গত জৱা গণৰ সপুষ্পক উদ্ভিদৰ এটা প্ৰজাতি।[2] ই দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ,[3] মেক্সিকো, মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ এবিধ স্থানীয় উদ্ভিদ। প্ৰজাতিৰ নাম আৰ্বোৰিয়াচে পূৰ্ণবয়স্ক উদ্ভিদৰ বৃক্ষক দৰে ৰূপক বুজায়। বৰ্তমান ই কৃষিৰ ক্ষেত্ৰত জনপ্ৰিয়।[4] অসমীয়াত ইয়াক আৰু বহুতো নামেৰে জনা যায়, যেনে– টিলিঙা জৱা, লটকণ জৱা, পাহিমুজা জৱা আদি। ইয়াৰ ফুল সম্পূৰ্ণৰূপে খোল নাখায়, যিয়ে পখিলা আৰু হামিংবাৰ্ডক আকৰ্ষণ কৰাত সহায় কৰে।

Malvaviscus arboreus
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Malvaviscus
প্ৰজাতি: M. arboreus
দ্বৈৰাশিক নামকৰণ
Malvaviscus arboreus
কেভ.
জাত

লিখনী চাওক

সমাৰ্থক[2]
  • আচানিয়া মলিছ আইটন

বিতৰণ সম্পাদনা কৰক

টিকনি জৱা মধ্য আমেৰিকা, মেক্সিকো আৰু আমেৰিকাৰ উপসাগৰীয় উপকূলৰ স্থানীয় উদ্ভিদ, বিশেষকৈ উপকূলীয় টেক্সাছ আৰু লুইজিয়ানাৰ গছৰ তলৰ জোপোহা হিচাপে।[5]

বাসস্থান আৰু পৰিস্থিতিতন্ত্ৰ সম্পাদনা কৰক

 
টিকনি জৱা - টেক্সাছৰ স্থানীয় এবিধ ফুল

টেক্সাছত দেখা পোৱা গছৰ তলত থকা এটা সাধাৰণ জোপোহা টিকনি জৱা (মালভাভিস্কাছ আৰ্ব'ৰিয়াছ) আৰু ই মাইকী আৰু কিশোৰ ৰুবি-থ্ৰ'টেড হামিংবাৰ্ড (আৰ্চিলোকাছ কলুব্ৰিছ) আৰু ব্লেক-চিনড হামিংবাৰ্ড (আৰ্চিলোকাছ আলেকজেণ্ড্ৰি)ৰ বাবে এক গুৰুত্বপূৰ্ণ খাদ্যৰ উৎস। প্ৰতিটো ফুল দুদিনলৈকে থাকে যদিও দ্বিতীয় দিনতকৈ প্ৰথম দিনটোত অধিক অমৃত থাকে।[6]

টিকনি জৱাৰ উদাহৰণ মেক্সিকোৰ ইউকাটান অঞ্চলৰ উপকূলীয় পেটেনেছ মেংগ্ৰোভৰ ভিতৰত, য'ত উদ্ভিদ সম্প্ৰদায়ত ই এটা উপপ্ৰধান প্ৰজাতি।[7] টিকনি জৱা হৈছে টাৰ্ক'ছ-কেপ হোৱাইট-স্কিপাৰ (হেলিঅ'পেটেছ মেকাইৰা)ৰ কেটাৰপিলাৰৰ বাবে প্ৰধান গৃহস্থ উদ্ভিদ।[8]

খেতি সম্পাদনা কৰক

সাধাৰণতে সমগ্ৰ দক্ষিণ আমেৰিকাৰ পখিলা আৰু হামিংবাৰ্ডৰ বাগিচাত ছাঁ পৰা ৰ'দঘাই ঠাইত টিকনি জৱাৰ খেতি কৰা হয়। সতেজ গুটিৰ পৰা বা কোমল কাঠৰ কলমৰ পৰা ইয়াৰ বংশবৃদ্ধি কৰিব পাৰি। ই প্ৰায়ে মে’ মাহৰ পৰা নৱেম্বৰ মাহলৈকে ফুলে, কিন্তু গোটেই মৃদু শীতকালত ই ফুলিব।[9]

জাত সম্পাদনা কৰক

  • মালভাভিস্কাছ আৰ্ব’ৰিয়াছ জাত আৰ্ব’ৰিয়াছ
  • মালভাভিস্কাছ আৰ্ব’ৰিয়াছ জাত ড্ৰামণ্ডি (টৰ. এণ্ড এ.গ্ৰে) শ্বেৰী (= মালভাভিস্কাছ ড্ৰামণ্ডি টৰ. এণ্ড এ.গ্ৰে)[10]
  • মালভাভিস্কাছ আৰ্ব’ৰিয়াছ জাত মেক্সিকানাছ শ্ব্লেচটেণ্ডেল.[11]

তথ্য উৎস সম্পাদনা কৰক

  1. Botanic Gardens Conservation International (BGCI), IUCN SSC Global Tree Specialist Group; González-Espinosa, M.; Ramírez-Marcial, N. (2019). Malvaviscus arboreus. 2019. p. e.T136790582A136790584. doi:10.2305/IUCN.UK.2019-2.RLTS.T136790582A136790584.en. 
  2. 2.0 2.1 USDA, ARS, Germplasm Resources Information Network. টিকনি জৱা in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 2010-03-23. উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "GRIN" defined multiple times with different content
  3. "Malvaviscus arboreus Dill. ex Cav. wax mallow". PLANTS Database. United States Department of Agriculture. http://plants.usda.gov/java/profile?symbol=MAAR14। আহৰণ কৰা হৈছে: 2009-12-16. 
  4. Clay, Horace F.; James C. Hubbard (1987). Tropical Shrubs. University of Hawaii Press. পৃষ্ঠা. 104. ISBN 978-0-8248-1128-0. https://books.google.com/books?id=692L-8HWiEsC. 
  5. Turner, Billie L.; Mendenhall, Meghan G. (1993). "A Revision of Malvaviscus (Malvaceae)". Annals of the Missouri Botanical Garden খণ্ড 80 (2): 439–457. doi:10.2307/2399792. ISSN 0026-6493. https://repositories.lib.utexas.edu/bitstream/2152/31149/1/RevisionOfMalvaviscus.pdf. 
  6. George, Mary Wissink (October 1980). "Hummingbird foraging behavior at Malvaviscus arboreus var. drummondii". The Auk খণ্ড 97 (4): 790–794. doi:10.1093/auk/97.4.790. https://sora.unm.edu/sites/default/files/journals/auk/v097n04/p0790-p0794.pdf. 
  7. World Wildlife Fund. eds. Mark McGinley, C.Michael Hogan & C. Cleveland. 2010. Petenes mangroves. Encyclopedia of Earth. National Council for Science and the Environment. Washington DC Archived 2011-10-15 at the Wayback Machine
  8. "Turk's-cap White-Skipper Heliopetes macaira (Reakirt, [1867)"]. Butterflies and Moths of North America. Archived from the original on 2010-06-20. https://web.archive.org/web/20100620191404/http://butterfliesandmoths.org/species?l=2019। আহৰণ কৰা হৈছে: 2010-08-22. 
  9. "Lady Bird Johnson Wildflower Center - The University of Texas at Austin". www.wildflower.org. https://www.wildflower.org/plants/result.php?id_plant=MAARD। আহৰণ কৰা হৈছে: 2019-03-27. 
  10. USDA, ARS, Germplasm Resources Information Network. 105660 টিকনি জৱা in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 2010-03-23.
  11. USDA, ARS, Germplasm Resources Information Network. 105661 টিকনি জৱা in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 2010-03-23.

বাহ্যিক সংযোগ সম্পাদনা কৰক

  ৱিকিমিডিয়া কমন্সত টিকনি জৱা সম্পৰ্কীয় মিডিয়া ফাইল।   ৱিকিপ্ৰজাতিত টিকনি জৱা সম্পৰ্কীয় তথ্য