টিক টিক চৰাই
টিক টিক চৰাই (ইংৰাজী: Golden-headed Cisticola, বৈজ্ঞানিক নাম: Cisticola exilis)ভাৰতৰ পৰা অষ্ট্ৰেলিয়া পৰ্যন্ত বিস্তৃত হৈ থকা সৰু আকাৰৰ এবিধ 'warbler' চৰাই।
টিক টিক চৰাই (Golden-headed Cisticola) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Cisticolidae |
গণ: | Cisticola |
প্ৰজাতি: | C. exilis |
বৈজ্ঞানিক নাম | |
Cisticola exilis (Vigors & Horsfield, 1827) |
বিৱৰণ সম্পাদনা কৰক
পূৰ্ণবয়স্ক মতা টিক টিক চৰাইৰ প্ৰজননৰ সময়ত মূৰ,ডিঙি আৰু বুকু অংশত উজ্জ্বল সোণালী-কমলা বৰণ ধৰে। ইয়াৰ নেজডাল শীতকালতকৈ ছুটি হৈ পৰে।[2]
বিতৰণ সম্পাদনা কৰক
এই চৰাইবিধ প্ৰধানকৈ ভাৰত আৰু অষ্ট্ৰেলিয়াত দেখা পোৱা যায়। ভাৰতবৰ্ষত ইহঁতক উত্তৰ-পূব ভাৰতত সতকাই দেখা যায়।
বাসস্থান সম্পাদনা কৰক
টিক টিক চৰাই ঘাইকৈ জলাহ ভূমিৰ ওখ ঘাঁহনিৰ আশে পাশে বাস কৰা দেখা যায়।[3]
আচৰণ সম্পাদনা কৰক
খাদ্য সম্পাদনা কৰক
প্ৰজনন সম্পাদনা কৰক
এই চৰাইবিধক চৰাইসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দৰ্জী (tailor) সমূহৰ ভিতৰত অন্যতম বুলি ধৰা হয়। তথ্য অনুসৰি টিক টিক চৰায়ে বাহটো চুৰ কৰা মকৰাৰ জালেৰে সুন্দৰকৈ চিলাই বান্ধি ৰাখে।
তথ্যসূত্ৰ সম্পাদনা কৰক
- ↑ BirdLife International (2012). "Cisticola exilis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106007361। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ http://www.avianweb.com/goldenheadedcisticolas.html
- ↑ http://www.avianweb.com/goldenheadedcisticolas.html