তিয়ঁহৰ ৰাইতা
ভাৰতীয় খাদ্য
(টিয়ঁহৰ ৰাইতাৰ পৰা পুনঃনিৰ্দেশিত)
টিয়ঁহৰ ৰাইতা, ৰাইতাৰ এটা প্ৰকাৰ, যিটো আন উপাদানত ডুবাই বা চালাড হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াক লগে লগে কটা টিয়ঁহ, কেঁচা জলকীয়া আৰু দৈৰ সৈতে তেয়াৰ কৰা হয় আৰু ইচ্ছা কৰিলে মিহিকৈ কটা বিলাহী আৰু পিয়াঁজ একেলগে মিহলায়ো তৈয়াৰ কৰিব পাৰি।[1][2]
সতেজ ধনীয়া পাতেৰে টিয়ঁহৰ ৰাইতা পৰিৱেশনৰ বাবে প্ৰস্তুত | |
উৎপত্তিৰ স্থান | ভাৰত |
---|---|
অঞ্চল | ভাৰত উপ-মহাদেশ |
মুখ্য উপাদান | টিয়ঁহ, দৈ, কেঁচা জলকীয়া |
বিশেষকৈ গ্ৰীষ্মকালত ই জনপ্ৰিয়, কাৰণ ই শৰীৰ শীতল কৰাত সহায় কৰে।[3] ভাৰতীয় খাদ্যৰ মূল খাদ্যৰ সৈতে ইয়াক প্ৰায়ে পাৰ্শ্ব উপাদান হিচাপে পৰিৱেশন কৰা হয়।
বাহ্যিক সংযোগ সম্পাদনা কৰক
তথ্য সূত্ৰ সম্পাদনা কৰক
- ↑ Sedgwick, Fred (2009). Where words come from: A dictionary of word origins. প্ৰকাশক London: Continuum International Publishing group. ISBN 9781847062741. https://books.google.com/books?id=cKQFoS0reu8C&dq=raita+&pg=PA146.
- ↑ Basic Food Preparation (Third সম্পাদনা). Orient Longman Private limited. 1986. ISBN 81-250-2300-3. https://books.google.com/books?id=zXHVH-hqVE4C&dq=raita&pg=PA242.
- ↑ Diets for the Summer, Marje Gosling, 2014