তিন তাল (তবলা)
তালটো সম্পাদনা কৰক
ধা | ধিন | ধিন | ধা | । |
x | ||||
ধা | ধিন | ধিন | ধা | । |
২ | ||||
ধা | তিন | তিন | তা | । |
০ | ||||
তা | ধিন | ধিন | ধা | । |
৩ |
বিশেষত্ব সম্পাদনা কৰক
তিন তালত ষোল্ল মাত্ৰা আছে। ইয়াৰ ৪টা বিভাগ, প্ৰতি প্ৰতি বিভাগত ৪ মাত্ৰাকৈ। তালটোৰ প্ৰথম মাত্ৰাত সম্, পঞ্চম আৰু ত্ৰয়োদশ মাত্ৰাত তালি আৰু নৱম মাত্ৰাত খালি। এই তাল প্ৰায় স্বতন্ত্ৰ বাদনত আৰু ভজন আদিত ব্যৱহাৰ কৰা হয়।[2]
লগতে চাওক সম্পাদনা কৰক
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ http://raag-hindustani.com/Rhythm.html ৰাগ হিন্দুস্তানী আহৰণ কৰা হৈছে ৩১/৩/২০১৫
- ↑ তবলা বিজ্ঞান গ্ৰন্থ