দানৱ ৰাজবংশ
দানৱ ৰাজবংশই উত্তৰ-পূব ভাৰতৰ অসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল।[1] মহীৰংগ দানৱে এই বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক কিৰাট মূলৰ লোক আছিল। কালিকা পুৰাণত এই শাসকসকলৰ উল্লেখ আছে কিন্তু একো পুৰাতাত্বিক প্ৰমাণ নাই।
প্ৰাগজ্যোতিষ ৰাজ্য | ||||
কিংবদন্তি | ||||
| ||||
ৰাজধানী | Not specified | |||
চৰকাৰ | ৰাজতন্ত্ৰ | |||
President | মহীৰংগ | |||
কাল | লৌহ যুগ | |||
- স্থাপিত | Enter start year | |||
- পতন | Enter end year | |||
Warning: Value specified for "continent" does not comply |
কিৰাট শাসকৰ শেষজন ঘটকাসুৰক নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰি নিজৰ শাসন আৰম্ভ কৰে।[2]
ৰজাসকল সম্পাদনা কৰক
- মহীৰংগ (মৈৰং)
- হটকাসুৰ
- শম্ভাসুৰ
- ৰত্নাসুৰ
- ঘটকাসুৰ
টোকা সম্পাদনা কৰক
তথ্যসূত্ৰ সম্পাদনা কৰক
- Gait, Edward A (1906), A History of Assam, প্ৰকাশক Calcutta, https://books.google.com/books?id=w-6kr1IyHJkC