দিনজান (বা দিনজয় গাঁও) ডিব্ৰুগড় জিলাৰ এখন সৰু চহৰ। ই অসমৰ চাহ উৎপাদনকাৰী অঞ্চলত অৱস্থিত। তিনিচুকীয়া দিনজানৰ আটাইতকৈ ওচৰৰ চহৰ। দ্বিতীয় বিশ্বযুদ্ধত দিনজান বিমানঘাটৰ পৰা CNAC ৰ C-47 উৰা মাৰি জাপানৰ বিৰুদ্ধে চীনৰ কুনমিংলৈ বিভিন্ন ৰচদ-পাতি লৈ গৈছিল। একে ধৰণৰ বিমানঘাট চাবুৱা, লিডু, মোহনবাৰী আৰু ডুমডুমাত আছে।

দিনজান
Dinjan
দিনজয় গাঁও
—  town  —
দিনজান is located in Assam
দিনজান
অসমত দিনজানৰ অৱস্থান
ভৌগোলিক স্থানাংক: 27°30′0″N 95°10′0″E / 27.5°N 95.166667°E / 27.5; 95.166667স্থানাংক: 27°30′0″N 95°10′0″E / 27.5°N 95.166667°E / 27.5; 95.166667
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
উচ্চতা ১০৬ মিটাৰ (৩৪৭.৭৭ ফুট)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
যানবাহনৰ নম্বৰ AS-
Coastline ০ kilometre (0 মাইল)

অৱস্থান সম্পাদনা কৰক

দিনজানৰ স্থানাংক 27°30′0″N 95°10′0″E / 27.5°N 95.166667°E / 27.5; 95.166667 আৰু সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ৪০০ ফুট।[1] ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ দিনজানৰ মাজেৰে পাৰ হৈ গৈছে। তিনিচুকীয়া ৰেল ষ্টেচন দিনজানৰ পৰা প্ৰায় ৯.৯ কিঃমিঃ নিলগত। মোহনবাৰীস্থিত ডিব্ৰুগড় বিমানবন্দৰ ইয়াৰ পৰা প্ৰায় ৪৫ কিঃমিঃ দূৰত অৱস্থিত।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বহিঃ সংযোগ সম্পাদনা কৰক