দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা
দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা (ইংৰাজী: Durga Prasad Majinder Baruah) হৈছে অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ। আধুনিক অসমীয়া নাটৰ বুৰঞ্জী গঢ়োতা সকলৰ ভিতৰত এজন। বিংশ শতিকাৰ শেষ দশকত যি সকলে অসমীয়া নাট ৰচনা কৰিবলৈ সংকল্প গ্ৰহণ কৰে তেওঁ তাৰে ভিতৰত অন্যতম। তেখেতৰ নাট সমূহ ধেমেলীয়া আৰু গ্ৰাম্য হাস্য ৰসৰ প্ৰাধান্য দেখা যায়।[1]
দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা | |
---|---|
জন্ম | ১৮৭০ অসম |
মৃত্যু | ১৯২৮ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
জন্ম সম্পাদনা কৰক
দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ ১৮৭০চনত শিৱসাগৰ জিলাৰ বেতবাৰীৰ শুকানপুখুৰীত জন্ম হয়।[2]
বংশ পৰিচয় সম্পাদনা কৰক
তেখেতৰ পিতৃৰ নাম নৰোত্তম মজিন্দাৰ বৰুৱা।[3]
শিক্ষা সম্পাদনা কৰক
তেওঁ যোৰহাট চৰকাৰী হাইস্কুলত পঢ়িছিল।[4]
সাহিত্যৰাজি সম্পাদনা কৰক
মৃত্যু সম্পাদনা কৰক
১৯২৮ চনত দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ মৃত্যু হয়।[8]
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৩৬
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৩৬
- ↑ ভট্যাচাৰ্য্য, ড॰ শ্ৰীহৰিচন্দ্ৰ (১৯৮৮). "দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা". অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি. প্ৰকাশক গুৱাহাটী -১: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২০৪.
- ↑ ভট্যাচাৰ্য্য, ড॰ শ্ৰীহৰিচন্দ্ৰ (১৯৮৮). "দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা". অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি. প্ৰকাশক গুৱাহাটী -১: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২০৪.
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ :২০১৮,পৃষ্ঠা নং:৩৩৬
- ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা, মহেশ্বৰ নেওগ, চতুৰ্দশ তাঙৰণ:জুন,২০১৫,পৃষ্ঠা নং:২৮৩
- ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা, মহেশ্বৰ নেওগ, চতুৰ্দশ তাঙৰণ:জুন,২০১৫,পৃষ্ঠা নং:২৮৩
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ :২০১৮,পৃষ্ঠা নং:৩৩৬