দৈনন্দিন বাৰ্তা

অসমীয়া বাতৰিকাকত

দৈনন্দিন বাৰ্তা এখন দৈনিক অসমীয়া বাতৰিকাকত। কাকতখনৰ মুখ্য সম্পাদক নৰেন হাজৰিকা আৰু সম্পাদক শংকৰ গোহাঞি। কাকতখন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা একেসময়তে প্ৰকাশিত হয়। কাকতখন প্ৰথম প্ৰকাশ হয় ২০১০ চনত। কাকতখনত মুঠ ১২খন পৃষ্ঠা সন্নিবিষ্ট থাকে বিভিন্ন বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ হয়। কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।[1][2]

দৈনন্দিন বাৰ্তা
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
সম্পাদক শংকৰ গোহাঞি
সম্পাদক প্ৰধান নৰেন হাজৰিকা
প্ৰতিষ্ঠা ২০১০
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম
ৱেবছাইট www.dainandinbartagroup.in

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Dainandin Barta Epaper". https://assam.nenow.in/dainandin-barta-epaper/। আহৰণ কৰা হৈছে: ৩ মে ২০২০. 
  2. "Contact us/Dainandin Barta". https://www.dainandinbartagroup.in/dainandinbarta-contact-us/। আহৰণ কৰা হৈছে: ৩ মে ২০২০.