দৰং মহাবিদ্যালয়
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
দৰং মহাবিদ্যালয় (ইংৰাজী: Darrang College) তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল। মহাবিদ্যালয়খনি ১৯৪৫ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল জ্যেষ্ঠ স্বাধীনতা সংগ্ৰামী কামাখ্যা প্ৰসাদ ত্ৰিপাঠী।
দৰং মহাবিদ্যালয় | |
---|---|
দৰং মহাবিদ্যালয়ৰ মূল প্ৰবেশদ্বাৰ | |
মূলমন্ত্ৰ | Be a Jewel Among Men |
স্থাপিত | ১৯৪৫ |
ধৰণ | মহাবিদ্যালয় |
সভাপতি | ড° খৰ্গেশ্বৰ বৰকাকতি |
অধ্যক্ষ | ড° পলাশমনি শইকীয়া |
স্থান | তেজপুৰ,অসম, ভাৰত |
চৌহদ | চহৰাঞ্চল |
ৱেবছাইট | www |
পাঠ্যক্ৰমসমূহ সম্পাদনা কৰক
দৰং মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।
- উচ্চতৰ মাধ্যমিক (কলা, বাণিজ্য আৰু বিজ্ঞান)
- স্নাতক (কলা, বাণিজ্য আৰু বিজ্ঞান)
- ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম
শৈক্ষিক বিভাগসমূহ সম্পাদনা কৰক
কলা সম্পাদনা কৰক
|
বিজ্ঞান সম্পাদনা কৰক
বাণিজ্য সম্পাদনা কৰক
|
মহাবিদ্যালয়ৰ সুবিধাসমূহ সম্পাদনা কৰক
- গ্ৰন্থাগাৰ
- ছাত্ৰাবাস
- ছাত্ৰীনিবাস
- খেলপথাৰ
তথ্য সংগ্ৰহ সম্পাদনা কৰক