ন'বেল বঁটা বিজয়ী (অৰ্থনীতি)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। অৰ্থনীতি বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।

বৰ্ষ আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
২০১২
এলভিন ই. ৰথ
(Alvin E. Roth)
 আমেৰিকা যুক্তৰাষ্ট্ৰ সুস্থিৰ বণ্টন আৰু বজাৰ ৰূপাঙ্কনৰ আচৰণ তত্বৰ বাবে("for the theory of stable allocations and the practice of market design")[1]
লয়ড এছ. ছেপ্‌লী
(Lloyd S. Shapley)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
২০১১
টমাছ জে. ছাৰ্জেণ্ট
(Thomas J. Sargent)
 আমেৰিকা যুক্তৰাষ্ট্ৰ "বৃহৎ অৰ্থনীতিৰ কাৰক আৰু ফলাফল সম্বন্ধীয় প্ৰায়োগিক গৱেষণাৰ বাবে" ("for their empirical research on cause and effect in the macroeconomy")[2]
ক্ৰিষ্ট'ফাৰ এ. ছিম্‌ছ
(Christopher A. Sims)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
২০১০
পিটাৰ এ. ডায়েমণ্ড
(Peter A. Diamond)
 আমেৰিকা যুক্তৰাষ্ট্ৰ "সন্ধানী ঘৰ্ষণৰ মাজেৰে কৰা বজাৰ অধ্যয়নৰ বাবে" ("for their analysis of markets with search frictions")[3]
ডেল টি. মৰ্টেনছেন
(Dale T. Mortensen)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ক্ৰিষ্ট'ফাৰ এ. পিছাৰিডেছ
(Christopher A. Pissarides)
 চাইপ্ৰাছ
 যুক্তৰাজ্য
অসমাপ্ত তালিকা

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "The Prize in Economic Sciences 2012". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/economics/laureates/2012/
  2. "The Prize in Economic Sciences 2011". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/economics/laureates/2011/
  3. "The Prize in Economic Sciences 2010". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/economics/laureates/2010/

বাহ্যিক সংযোগ সম্পাদনা কৰক