নিউ গাৰ্ল

আমেৰিকান টেলিভিছন চিটুৱেচন কমেডি ধাৰাবাহিক

নিউ গাৰ্ল (ইংৰাজী:New Girl; অসমীয়া:নতুন ছোৱালী) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক।

নিউ গাৰ্ল
শৈলী চিটুৱেচন কমেডি
নিৰ্মাতা লিজ মেৰিৱেঠাৰ
লিখক লিজ মেৰিৱেঠাৰ
অভিনয়ত যয়ী ডেচনেল
মেক্স গ্ৰীণফিল্ড
জেক জনছন
হেনাহ ছাইমন
লেমৰনে মৰিছ
শীৰ্ষ সংগীত পৰিচালক যয়ী ডেচনেল[1]
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
চিজনৰ সংখ্যা
প্ৰযোজনা
কাৰ্যবাহী প্ৰযোজক লিজ মেৰিৱেঠাৰ
জেক কচডন
পিটাৰ চেৰনিন
কেঠেৰিন পোপ
ডেভ ফিঙ্কল
ব্ৰেট বেৰ
কেমেৰাৰ ছেটআপ একক কেমেৰা
দৈৰ্ঘ্য ২২ মিনিট
ষ্টুডিঅ’ ফক্স টেলিভিজন ষ্টুডিঅ’
ছেৰমিন এন্টাৰটেইনমেন্ট
সম্প্ৰচাৰ
মূল ছেনেল ফক্স
দৃশ্যৰ ফৰমেট ৪৮০i (৪:৩ SDTV)
১০৮০i (১৬:৯ HDTV)
প্ৰদৰ্শনৰ সময় ২০ চেপ্টেম্বৰ, ২০১১ – বৰ্তমানলৈ
বাহ্যিক সংযোগ
আধিকাৰিক জালস্থান ৱেবছাইট


উদ্ধৃতি সম্পাদনা কৰক