নীলা ভান্দা ( ইংৰাজী: Blue Vanda, বৈজ্ঞানিক নাম: Vanda coerulea), এবিধ অৰ্কিডৰ প্ৰজাতি। ইয়াৰ বিস্তৃতি অসম আৰু দাতিকাষৰীয়া খাচী পাহাৰৰ পৰা আৰম্ভ কৰি চীনৰ য়ুনান প্ৰদেশলৈকে। এই ফুলক মণিপুৰী ভাষাকাকলেই, মিজো ভাষাঅক্টোবৰ আৰু সংস্কৃতভন্দাৰ বুলিও জনা যায়। নীলা ভান্দা নীলা-বেঙুনীয়া ৰঙৰ হয় আৰু আন আন অৰ্কিডৰ তুলনাত বহুদিন ভালে থাকে।

নীলা ভান্দা
Vanda coerulea - non wild form - horticultural sibling with improved flower substance
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
বৰ্গ: Asparagales
পৰিয়াল: Orchidaceae
উপপৰিয়াল: Epidendroideae
Subtribe: Aeridinae
গণ: Vanda
প্ৰজাতি: V. coerulea
বৈজ্ঞানিক নাম
Vanda coerulea
Griff. ex Lindl.
সমাৰ্থক

Vanda caerulescens Lindl. is a similar separate species of dwarf form in plant and flowers.

নীলা ভান্দাৰ ৰস গ্লুক'মা, আৰু কেটাৰেক্ট ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ হয়।[1]Vanda coerulea ত থকা কিছুমান যৌগই চালত দেখা দিয়া বয়সৰ দাগ প্ৰতিহত কৰাৰ সহায়ক বুলি ধাৰণা কৰা হয়।[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Mohammad Musharof Hossain "Therapeutic orchids: traditional uses and recent advances — An overview", ⁎ Department of Botany, University of Chittagong, Chittagong 4331, Bangladesh
  2. Bonté F, Simmler C, Lobstein A, Pellicier F, Cauchard JH "Action of an extract of Vanda coerulea on the senescence of skin fibroblasts". Ann Pharm Fr. 2011 May;69(3):177-81

বাহ্যিক সংযোগ সম্পাদনা কৰক

সাঁচ:TaxonIds