নৃপেন গোস্বামী এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমনগাঁও লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। গোস্বামী এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য। [1][2]

তথ্য উৎস সম্পাদনা কৰক

  1. "Lok Sabha Members Bioprofile Nripen Goswami". Parliament of India. http://www.parliamentofindia.nic.in/ls/lok12/biodata/12AS10.htm। আহৰণ কৰা হৈছে: March 22, 2013. 
  2. "Members-Assam". Parliament of India. http://164.100.47.132/LssNew/Members/statedetailar.aspx?state_name=Assam। আহৰণ কৰা হৈছে: March 22, 2013.