পানীডাউক (ইংৰাজী: Common Moorhen, বৈজ্ঞানিক নাম-Gallinula chloropus) 'Rallidae' গোটৰ অন্তৰ্ভুক্ত আৰু বহুলভাৱে বিস্তৃত এবিধ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ পুখুৰী আৰু অন্যান্য জলাশয়ত চৰি থকা দেখা যায়।

পানীডাউক (Common Moorhen)
Eurasian Common Moorhen
(Gallinula chloropus chloropus)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
উপশ্ৰেণী: Neornithes
অনুশ্ৰেণী: Neognathae
মহাবৰ্গ: Neoaves
বৰ্গ: Gruiformes
পৰিয়াল: Rallidae
গণ: Gallinula
প্ৰজাতি: G. chloropus
বৈজ্ঞানিক নাম
Gallinula chloropus
(Linnaeus, 1758)
Subspecies

About 12, see text

Global range.
Chestnut: Summer only
Coral pink: Year-round
Light pink: Winter only.
সমাৰ্থক

Gallinula brodkorbi McCoy, 1963
Gallinula galeata

বিৱৰণ সম্পাদনা কৰক

 
পানীডাউকৰ ঠেঙ

পানীডাউকৰ দেহটো গাঢ় ৰঙৰ, ঠেং হালধীয়া আৰু মুখত ৰঙা দাগ থাকে। পোৱালিবোৰ সাধাৰণতে মটিয়া ৰঙৰ হয়।[2] এটা পূণবয়স্ক পানীডাউকৰ দেহৰ দৈৰ্ঘ্য ৫০-৬২ ছে: মি: আৰু ওজন ১৯২-৫০০ গ্ৰাম পৰ্যন্ত হ'ব পাৰে।[3][4]

বিতৰণ সম্পাদনা কৰক

পানীডাউক সাধাৰণতে কানাডা, আমেৰিকা, ইউৰোপআৰু এছিয়া ত দেখা পোৱা যায়।

বাসস্থান সম্পাদনা কৰক

ফ্ৰান্সৰ কোৰ্ছত এটা পানীডাউক

পানীডাউকে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় আদিত চৰিবলৈ পছন্দ কৰে।

টেক্স'নমি সম্পাদনা কৰক

পানীডাউকৰ কেইবাবিধো উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত প্ৰধান উপ-প্ৰজাতিসমূহ হ'ল-

আচৰণ সম্পাদনা কৰক

খাদ্য সম্পাদনা কৰক

পানী ডাউকে বিভিন্ন ধৰণৰ খাদ্য আহাৰ হিচাপে গ্ৰহণ কৰে। ই প্ৰধানকৈ উদ্ভিদৰ বিভিন্ন অংশ আৰু জলজ প্ৰাণীসমূহ খায়।

প্ৰজনন সম্পাদনা কৰক

পানী ডাউকৰ বাহটো ঘন অৰণ্যত মাটিত সাজে। মাৰ্চৰ পৰা মেৰ ভিতৰত ই কণী পাৰিবলৈ লয়। এবাৰত ৮টা মানকৈ কণী পাৰে। মতা-মাইকী উভয়ে পোৱালিৰ যত্ন লয়।[5][2]

আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. BirdLife International (2012). "Gallinula chloropus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002937। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 Snow, David W.; Perrins, Christopher M.; Doherty, Paul; Cramp, Stanley (1998). The Complete Birds of the Western Palaearctic on CD-ROM. Oxford University Press. ISBN 0-19-268579-1. 
  3. Common moorhen videos, photos and facts – Gallinula chloropus Archived 2012-10-13 at the Wayback Machine. ARKive. Retrieved on 2013-02-25.
  4. Common Gallinule, Life History, All About Birds – Cornell Lab of Ornithology. Allaboutbirds.org. Retrieved on 2013-02-25.
  5. Mann, Clive F. (1991). "Sunda Frogmouth Batrachostomus cornutus carrying its young". Forktail খণ্ড 6: 77–78. http://orientalbirdclub.org/wp-content/uploads/2012/06/Mann-Frogmouth.pdf। আহৰণ কৰা হৈছে: 2015-06-08. 

বাহ্যিক সংযোগ সম্পাদনা কৰক