প্ৰাগ নিউজ (ইংৰাজী: Prag News) উত্তৰ-পূব ভাৰতৰ সকলোতকৈ পুৰণি চেটেলাইট নিউজ চেনেল।[উদ্ধৃতিৰ প্ৰয়োজন] ২০০১ চনৰ ৪ মাৰ্চত এই চেনেলটো উদ্বোধন কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] প্ৰাগ নিউজত প্ৰধানকৈ অসমীয়া ভাষাত বাতৰি পৰিৱেশন কৰা হয়। উক্ত চেনেলটোৱে বহুবাৰ তেওঁলোকৰ প্লেটফৰ্মৰ জৰিয়তে প্ৰমাণহীন কিছুমান দাবী তথা ভুৱা বাতৰি প্ৰচাৰ কৰিছে।[1]

প্ৰাগ নিউজ
উদ্বোধন ৪ মাৰ্চ, ২০০১
গৰাকী প্ৰাগ নেটৱৰ্ক প্ৰাইভেট লিমিটেড
শ্ল'গান প্ৰাগৰ খবৰ প্ৰকৃত খবৰ
দেশ ভাৰত
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ ৰেঙণি
ৱেবছাইট pragnews.com
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল নং ৬১৭
ডিছ টিভি (ভাৰত) চেনেল নং ৭৭৯
টাটা স্কাই (ভাৰত) চেনেল নং ১৯৭৫
ভিডিঅ'কন ডি টি এইচ (ভাৰত) চেনেল নং ৮৪৬
কেবল টিভি
এচিচি চেনেল নং ১

তাৰ উপৰিও এই চেনেলত বিভিন্ন সংগীতৰ অনুষ্ঠান, বিনোদন, চলচ্চিত্ৰ, ধাৰাবাহিক আদি পৰিৱেশন কৰা হয়।

মুখ্য ব্যক্তি সম্পাদনা কৰক

  • সঞ্জীৱ নাৰায়ণ, মুখ্য পৰিচালন সঞ্চালক
  • প্ৰশান্ত ৰাজগুৰু, মুখ্য সম্পাদক

উল্লেখযোগ্য অনুষ্ঠান সম্পাদনা কৰক

  • মেজমেল
  • যোগাত্মক দৃষ্টিৰে
  • সাক্ষাৎ
  • সবিশেষ
  • দৰবাৰ
  • আমাৰ ভূপেন দা
  • বিশ্বৰ আজব খবৰ
  • সুৰ তাল লই
  • ভিজন প্ৰাগ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক