পৰেশ ভূঞা (ইংৰাজী:Paresh Bhuyan) হৈছে অসমৰ এজন চিত্ৰশিল্পী।

পৰেশ ভূঞা
দেশ ভাৰতীয়
পেচা চিত্ৰশিল্প

বাল্যকাল আৰু শিক্ষা সম্পাদনা কৰক

ব্যক্তিগত জীৱন সম্পাদনা কৰক

পুৰস্কাৰ সম্পাদনা কৰক

অনুপ্ৰেৰণা সম্পাদনা কৰক

সৰুৰে পৰা চিত্রশিল্পৰ প্রতি তীব্র আকর্ষণ অনুভৱ কৰা পৰেশক চিত্রশিল্পৰ প্রতি উৎসাহিত কৰা মানুহজনেই হ’ল ককায়েক অৱনী ভূঞা। অৱনীয়েও ভাল ছবি আঁকিছিল। পৰেশৰ প্রিয় চিত্রশিল্পী অমৃতা চেৰেগিল । তেখেতৰ দৃষ্টিত চিত্রশিল্পী আৰু সাধাৰণ দর্শকৰ দৃষ্টিৰ মাজত কোনো পার্থক্য নাথাকে। প্রায় পঞ্চম শ্রেণীৰ পৰা দেৱীৰ প্রতিমা প্রস্তুত কৰা পৰেশৰ মূল নিচা শিল্প-ভাস্কর্য যদিও তেওঁৰ অন্যতম এটি নিচা হ’ল ফটোগ্রাফী।

পৰেশ ভূঞাৰ শিল্পকর্ম চাই সুধাকণ্ঠ ভূপেন হাজৰিকাইলিখিছিল: “শ্রী পৰেশ ভূঞাৰ চিত্রপ্রদর্শনী আজি দেখিলোঁ। টেম্পেৰা, মিক্সড মেডিয়া আৰু অইল পদ্ধতিত অঁকা কেইখনমান কেনভাচ্ উপভোগ কৰিলোঁ। বিষয়বস্তু শক্তিশালী। বিশেষকৈ হকাৰ নামৰ কেনভাচখনৰ ডিটেইলচ ভাল লাগিল।”

 

thumb|পৰেশ ভূঞাৰ বিখ্যাত ছবি - দ্য হকাৰ

তথ্য সংগ্ৰহ সম্পাদনা কৰক