বাৰ্তা:অভিযান্ত্ৰিক বিদ্যা

ইঞ্জিনিয়াৰিঙৰ অসমীয়া প্ৰতিশব্দ আছে আভিযান্ত্ৰীকি বা অভিযান্ত্ৰীক বিদ্যা পৃষ্ঠাখন অসমীয়া নামলৈস্থানান্তৰ কৰাতো উচিত দীপাংকৰ চেতিয়া বাৰ্তা 16:39, 8 জুন 2012 (UTC)

ভিতৰত লিখাবোৰ এতিয়াও "ইঞ্জিনিয়াৰিঙ" হৈয়ে আছে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:22, 9 জুন 2012 (UTC)
"অভিযান্ত্ৰিক বিদ্যা" পৃষ্ঠালৈ উভতি যাওক।