বাৰ্তা:অসমৰ নদীসমূহৰ তালিকা
এই পৃষ্ঠাখন অসমৰ নদীসমূহৰ তালিকা-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
|
এই দুলাল বৰুৱাৰ লেখাটো আপুনি পোনে পোনে নকল কৰিছে নেকি? মূল লেখকৰ অনুমতি লৈছিলনে? — গীতাৰ্থ বৰদলৈ (talk)
- লিখকজনে (হোমেন বিশ্বাস) আলোচনাত ভাগ নললে| বা স্পষ্টীকৰণ নিদিলে| কি কৰা যায়| সঁচা কথা কব গ’লে মোৰ এইখন বিলোপ কৰাৰো মন নাই| কথাবোৰ অলপ ইফাল সিফাল কৰি ৰাখী ব পৰা যাব নেকি? বিষ্ণু শইকীয়াবাৰ্তা 12:59, 25 এপ্ৰিল 2012 (UTC)
- সদ্যহতে আলোচনা পৃষ্ঠালৈ আনি hide কৰি থওঁ। তাৰ পিছত মূল লিখকৰ অনুমতি লোৱা যাওক। — গীতাৰ্থ বৰদলৈ (talk) 17:49, 25 এপ্ৰিল 2012 (UTC)
- নালাগে দিয়া| পৃষ্ঠাটো বৰ বেয়া দেখাই থাকে তেনেকৈ থ’লে| কনচেং বৰপাত্ৰ গোহাঁইৰ প্ৰবন্ধটো তেনেদৰেই পৰি আছিল| ইয়াত থাকিলেহে ৰাইজৰ চকুত পৰিব| চকুত পৰিলে বা কোনোবাই আপত্তি কৰিলে আতৰাই দিলেই হব| দুলাল দাৰ লগত মই কথা পাতিছিলো| বৰ্তমানলৈ একো উত্তৰ দিয়া নাই| উত্তৰ দিলে জনাম বাৰু| বিষ্ণু শইকীয়াবাৰ্তা