নগৰ নে ৰাজহচক্ৰ সম্পাদনা কৰক

@অনামিকা(চুমু) বড়া:, এই প্ৰবন্ধটো ডিমৌ নামৰ পৌৰ-নগৰখনৰ বিষয়ে নে ৰাজহচক্ৰটোৰ বিষয়ে? প্ৰবন্ধৰ ইনফ'বক্সত নগৰ বুলি উল্লেখ কৰা হৈছে; কিন্তু মাটিকালি আৰু প্ৰবন্ধটোৰ অন্যান্য তথ্যৰ পৰা ইয়াত বৃহত্তৰ ডিমৌ অঞ্চলটোৰ বিষয়ে লিখা যেন লাগিল। বাবুল বৈশ্য (talk) 03:03, 3 June 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

বৃহত্তৰ ডিমৌ অঞ্চলটোৰ বিষয়ে লিখা হৈছে। অনামিকা(চুমু) বড়া (talk) 05:49, 3 June 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

"ডিমৌ" পৃষ্ঠালৈ উভতি যাওক।