বাৰ্তা:ঢেকীয়াখোৱা বৰনামঘৰ

শুদ্ধ নাম "ঢেকীয়াখোৱা" নে "ঢেঁকীয়াখোৱা"? মহেশ্বৰ নেওগৰ সম্পাদনাৰ "পৱিত্ৰ অসম"ত 'ঢেকীয়াখোৱা' বুলি আছে। কিন্তু শাকবিধৰ নাম "ঢেঁকীয়া" বুলি আধুনিক অসমীয়া অভিধানত আছে। অনলাইন চন্দ্ৰকান্তত শাকবিধৰ নাম চন্দ্ৰবিন্দু থকা-নথকাকৈ দুয়োভাগে আছে। — গীতাৰ্থ বৰদলৈ (talk) 14:31, 20 জানুৱাৰী 2013 (UTC)

"ঢেকীয়াখোৱা"হে হ'ব। এই তোৰণখনত লিখা আছে। Ani ttbr (talk) 16:00, 20 জানুৱাৰী 2013 (UTC)
"ঢেকীয়াখোৱা বৰনামঘৰ" পৃষ্ঠালৈ উভতি যাওক।