"তেজপুৰ" বুলি কোনো জিলা বা গাঁও নাই। গতিকে শিৰোনামাত "নগৰ" বুলি নিলিখিলেও হ'ব। Gitartha.bordoloi 08:00, 25 নভেম্বৰ 2011 (UTC)

অকল "তেজপুৰ" কৰি দিলোঁ দেই। Gitartha.bordoloi 08:29, 26 নভেম্বৰ 2011 (UTC)

তথ্যসূত্ৰ সম্পাদনা কৰক

বিষ্ণু দা প্ৰবন্ধটোত কেইটামান তথ্যসূত্ৰ দিব। নহ'লে কথাটো বেয়া হয়। Gitartha.bordoloi 10:22, 26 নভেম্বৰ 2011 (UTC)

"তেজপুৰ" পৃষ্ঠালৈ উভতি যাওক।