প্ৰথম বাক্যটো ঠিক কৰিবলগীয়া হৈ আছে। Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) (বাৰ্তা) 13:17, 26 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Gonitpankaj দা, থিক কৰি দিব। লগতে অসমীয়া ৱিকিত গণিতৰ বহুত প্ৰবন্ধ নাই, মই দুই এটা লিখিছিলোঁ। লিখিবচোন পাৰিলে। -Nayan j Nath (বাৰ্তা) 13:41, 26 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
দহ বছৰমান আগতে লিখিছিলোঁ গণিতৰ এটা নে দুটা। এতিয়া মাজে মাজে এনেকৈ কিবা দেখিলে কৰি থাকোঁ। চেষ্টা কৰিম বাৰু। Pankaj Jyoti Mahanta (পংকজ জ্যোতি মহন্ত) (বাৰ্তা) 16:16, 26 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Gonitpankaj দা, বিষয়টোত ভাল দখল থকা মানুহে লিখিলে ভাল। ইংৰাজী প্ৰবন্ধবোৰৰ পৰা অনুবাদ কৰি লিখিবলৈ আৰু সুবিধা। প্ৰয়োজনীয় সংশোধনখিনি কৰি ল'ব লাগে। Nayan j Nath (বাৰ্তা) 16:20, 26 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
"পাটীগণিত" পৃষ্ঠালৈ উভতি যাওক।