বাৰ্তা:পাত্কাইৰ সিপাৰে ন বছৰ
Latest comment: 1 বছৰৰ পূৰ্বে by Joli Rumi in topic নিৰপেক্ষ ভাষা
নিৰপেক্ষ ভাষা সম্পাদনা কৰক
ৱিকিপিডিয়াৰ প্ৰৱন্ধৰ ভাষা যথাসম্ভৱ নিৰপেক্ষ হ'ব লাগে। সেয়ে গ্ৰন্থখনৰ প্ৰশংসাসুলভ কথাখিনিৰ কিছু আঁতৰাই দিলোঁ। বাকী ৰোৱাখিনিৰ ক্ষেত্ৰত তথ্যসূত্ৰ (যেনে, গ্ৰন্থ সমালোচনাৰ প্ৰকাশিত লেখা)ৰ প্ৰয়োজন। -Joli Rumi (বাৰ্তা) 12:56, 18 May 2023 (ইউ.টি.চি.)