ভাল হৈছে। আৰু বহলাই লিখক। তথ্যসূত্ৰ কেনেকৈ দিব লাগে ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতিত চাব। -- গীতাৰ্থ বৰদলৈ (talk) 09:24, 17 মাৰ্চ 2012 (UTC)

এই প্ৰবন্ধটোৰ কিছু সলনি তথা কিছু সংযোগ কৰিব পাৰিম নে?ৰাণা ভৱানী চুতীয়া 15:00, 2 জুন 2012 (UTC)
নিশ্চয়। — গীতাৰ্থ বৰদলৈ (talk) 17:56, 2 জুন 2012 (UTC)
"বেংক" পৃষ্ঠালৈ উভতি যাওক।