বাৰ্তা:বেনুধৰ শৰ্মা
গীতাৰ্থ দাইটি ঔ, মোৰ কষ্টখিনি অথলে গল নহয়, চেহ, বেণুধৰ শৰ্মা মই বেনুধৰ শৰ্মা বুলিহে সন্ধান কৰি দেখিলো পৃষ্ঠাখন নাই, সেই ভাবিহে লিখিলো, এতিয়াহে আপোনাৰ বাৰ্তা টো দেখি চকুকপালত উঠিল, পিছে এটা কথা বেণুধৰ শৰ্মাৰ আগৰ পৃষ্ঠাখনত প্ৰাথমিক শিক্ষা চমৰা গাওঁ পাঠশালা বুলি লিখিছে, কিন্তু মোৰ হাতত থকা তথ্য অনুসৰি চাৰিঙ শিৱসাগৰত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা বুলিহে আছে, কোনটো শুদ্ধ হৱ এতিয়া এই লৈ হে বিপাঙত পৰিছো, আৰু কিছুমান তথ্য মোৰ হাতত আছে, এতিয়া আকৌ পুৰণি পৃষ্ঠাখনত সংযোগ কৰিব লাগিব দেখোন।— নিতুল বৰা (talk) 19:10, 27 জুলাই 2012 (UTC
Redirect
সম্পাদনা কৰকdelet কৰাতকৈ খালী কৰি বেণুধৰ শৰ্মালৈ redirect কৰিলেহে ভাল হ’ব নেকি? আগলৈ কোনোবাই ভুলকৈ search কৰিলেও সথিক পৃষ্ঠাত গৈ পাবগৈ (আৰু যিহেতু ৱিকিয়েও ভুল হোৱাৰ সম্ভাৱনা থকা নাম redirect কৰিবলৈ কয়) দীপাংকৰ চেতিয়া বাৰ্তা 14:43, 28 জুলাই 2012 (UTC)
- আচলতে বেণু আৰু বেনুত ভুল ইমান হ'ব নালাগে, তথাপিও ৰিডিৰেক্ট কৰি দিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 14:49, 28 জুলাই 2012 (UTC)