"বৰপেটালৈ কেনেকৈ যাব" বুলি প্ৰবন্ধটোক পৰ্যটনমূখী ৰূপ দিয়াৰ পৰিৱৰ্তে "যাতায়ত" বুলি লিখিব লাগে। কিন্তু সেইটো অনুচ্ছেদ "ইতিহাস", "জনগাঁথনি" আদিৰ পিছতহে থকা ভাল। ইংৰাজী প্ৰবন্ধটোত থকা তথ্যসূত্ৰবোৰ আঁতৰাই নিদিব ধ্ৰুৱ দা। — গীতাৰ্থ বৰদলৈ (talk) 14:31, 12 জুন 2012 (UTC)

সকলোখিনি ইংৰাজী ৱিকিত থকা ধৰণে দিবলৈ চেষ্টা কৰিছিলোঁ| "যাতায়ত" বুলি পিছলৈ দি দিম বাৰু| ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 06:11, 13 জুন 2012 (UTC)
অঁ ইংৰাজী প্ৰবন্ধটো অলপ গণ্ডগোল আছে। দুখনমান জাননী লগাই থোৱা আছে। — গীতাৰ্থ বৰদলৈ (talk) 09:06, 13 জুন 2012 (UTC)
পঢ়ি তেনেকুৱা লাগিছে| আচলতে সেই প্ৰবন্ধটোত কিছুমান তথ্য তথ্যসূত্ৰসমূহৰ পৰা পোনে পোনে কপি-পেষ্ট কৰা হৈছে| কিছুমান তথ্যৰ ওপৰত মোৰ সন্দেহ আছে| সেইখিনি এৰি দি একেবাৰে এশ শতাংশ Sure তথ্যখিনি দি দিম বুলি ভাৱিছো| বৰ্তমান কামখিনি অফলাইন কৰি পিছত একেবাৰে দি দিম| ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 09:33, 13 জুন 2012 (UTC)
"বৰপেটা" পৃষ্ঠালৈ উভতি যাওক।