অদূৰ ভৱিষ্যতে লিখাৰ সম্ভাৱনা নথকা বাবে হিন্দী বোলছবিবোৰৰ নাম সদ্যহতে ইং ৱিকিলৈ লিংক কৰি থোৱা হৈছে। কোনোবাই বোলছবিবোৰৰ প্ৰবন্ধ অসমীয়াত লিখিলে এই লিংকবোৰ ঠিক কৰি দিয়ে যেন।04:55, 22 অক্টোবৰ 2012 (UTC)

প্ৰতিদিন আৰু আন মিডিয়াবোৰত নামটো যশ চোপ্ৰা বুলিহে পালো| আমি কি কি লিখা উচিত বিবেচনা কৰিবা| বিষ্ণু শইকীয়া 08:22, 22 অক্টোবৰ 2012 (UTC)
"য়শ চোপ্ৰা" পৃষ্ঠালৈ উভতি যাওক।