বাৰ্তা:ৱিকিবুক্ছ
"ৱিকি" প্ৰবন্ধবোৰৰ নামবোৰ ঠিক কৰিব লাগিব। যেনে-'ৱিকিবুক্ছ' আৰু'ৱিকিট্ৰেভেল' ইংৰাজীত আছে; আকৌ 'ৱিকিউত্স' নামটো অসমীয়া হ'ল। সেইটোৰ নামো "ৱিকিচ'ৰ্ছ" কৰি "ৱিকিউত্স"টো পুনৰ্নিৰ্দেশ কৰা ভাল নেকি। বাকীকেইটাৰো 'ৱিকিগ্ৰন্থ' আৰু 'ৱিকিভ্ৰমণ' পুনৰ্নিৰ্দেশ হিচাপে থ'ব পাৰি। নে কি কয়। Gitartha.bordoloi 19:17, 1 জানুৱাৰী 2012 (UTC)
- মোৰ বোধেৰে পাৰিলে আমাৰ হাতত থকাখিনি অসমীয়াতে লিখিলে ভাল হয়| ৱিকিগ্ৰন্থ, ৱিকিভ্ৰমণ আদি মই সমৰ্থন কৰো| (Bishnu Saikia) বিষ্ণু শইকীয়া 19:19, 1 জানুৱাৰী 2012 (UTC)
|
ইয়াৰ নাম কেইটা ঠিক কৰিব লাগিছিল| এতিয়া সঁজাটো বনাই ৰাখিছো, স্থানান্তৰ কৰি দিলেই হ’ল| (Bishnu Saikia) বিষ্ণু শইকীয়া 19:22, 1 জানুৱাৰী 2012 (UTC)
- আচলতে আমি নিজৰ ভাষাত প্ৰকল্পটো কৰোঁতে অসমীয়া নাম দিছোঁ বেলেগ কথা, কিন্তু মূল প্ৰকল্প বা ৱেবচাইটৰ কথা লিখোঁতে মূল নামেই থোৱা ভাল চাগে। গোটত ভোটিং কৰিলেই হ'ল। Gitartha.bordoloi 19:33, 1 জানুৱাৰী 2012 (UTC)