বাৰ্তা:ৱিকিমিডিয়া ফাউণ্ডেশ্যন

ফাউণ্ডেশ্যন, ফাউণ্ডেশ্বন, নে ফাউণ্ডেছন ?? Gitartha.bordoloi 05:50, 31 ডিচেম্বৰ 2011 (UTC)

সাধাৰণতে আমি নেশ্যন, নেশ্যনেল, নেশ্যনেলাইজেশ্য, প্রমোশ্যন, স্পেকুলেশ্যন আদি বুলি নিলিখোঁ জানো? শ্পেলিং, স্পেলিং নে চ্পেলিং? তেনেকৈ ইন্দাষ্ট্রীয়েল, ইণ্ডাষ্ট্রীয়েল কোনটো? স্টেচন, ষ্টেশ্যন কোনটো? অসমীয়াত প্রনান্‌চেশ্যনৰ (নে প্রনাউনচিয়েশ্যন? টাবু টাইড চাৰে কোৱামতে "আউ"-টো "ডীফথং" - এই থ টোও আকৌ ইংৰাজীত আমাৰ বাইলেবিয়েল থ নহয় দেই - :-) ) মা বাপ নাই, সেয়ে কিছুমান "নিপাতনে সিদ্ধ" হৈ যায়। চাগৈ ভালৰ বাবেই। "ফাউণ্ডেশ্যন" হ'ব আকৌ! তুমি লিখিছাঁ, তুমি মালিক। You break it, you buy it!!! প্রভাকৰ শৰ্মা নেওগ 15:58, 3 জানুৱাৰী 2012 (UTC)
Diphthong -অৰ প্রথম sound টো full আৰু second sound -টো half কোৱা যায়। সেয়ে pronunciation -অৰ ou -ক কওঁতে o + .5u আৰু ia-ক কওঁতে i + .5a বুলি লোৱা শুনিছোঁ। verify কৰিবাছোঁন। প্রভাকৰ শৰ্মা নেওগ 16:02, 3 জানুৱাৰী 2012 (UTC)
"ৱিকিমিডিয়া ফাউণ্ডেশ্যন" পৃষ্ঠালৈ উভতি যাওক।