বিজয় টেণ্ডুলকাৰ (ইংৰাজী: Vijay Tendulkar; মাৰাঠী: विजय तेंडुलकर; ৬ জানুৱাৰী, ১৯২৮ - ১৯ মে, ২০০৮) মাৰাঠী ভাষাৰ এজন আগশাৰীৰ ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ আৰু ধাৰাবাহিক লিখক, সাহিত্যিক, ৰাজনৈতিক সংবাদকৰ্মী। মহাৰাষ্ট্ৰত পাঁচোটা দশক ধৰি, তেখেতৰ নাটক আৰু থিয়েটাৰ সমূহে প্ৰভাৱিত কৰি ৰাখিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

বিজয় টেণ্ডুলকাৰ
জন্ম বিজয় ধন্দপণ্ট টেণ্ডুলকাৰ
৬ জানুৱাৰী, ১৯২৮
কলহাপুৰ, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যু ১৯ মে', ২০০৮ (৮০ বছৰ)
পুনে, ভাৰত
মৃত্যুৰ কাৰণ দীৰ্ঘদিনীয়া অসুস্থতা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ: ১৯৮৪
সংগীত নাটক একাডেমী ফেলশ্বিপ: ১৯৯৮
১৯৭৭ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: মন্থন

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

নাট্যকৰ্ম সম্পাদনা কৰক

বিজয় টেণ্ডুলকাৰৰ নাট্যকৰ্মবোৰ হ’ল-

  • গৃহস্থ (১৯৪৭),
  • শ্ৰীমন্ত (১৯৫৫),
  • মনাচ’ নৱাচ’ বে’ত্‌ (১৯৫৬),
  • মধ্‌ল্যা ভিন্তী (১৯৫৮),
  • চিম্‌ণীচ ঘৰ হ’ট’ মেনাচ (১৯৬০),
  • গীধাৰে (১৯৬১),
  • মী জিঙ্কল’ মী হৰ্‌ল’ (১৯৬৩),
  • কাৱলান্‌চী শ্যালা (১৯৬৪),
  • সৰি গ’ সৰি (১৯৬৪),
  • শান্ততা! ক’ৰ্ট চালু আহে (১৯৬৫),
  • এ’ক হট্টি মুলগী (১৯৬৮),
  • ঝালা অনন্ত হনুমন্ত (১৯৬৮),
  • অচি‌ পাখ্‌ৰে য়েতি (১৯৭০),
  • সখাৰাম বাইণ্ডাৰ (১৯৭২),
  • ঘৰ্‌টে আমূচে ছাঁন (১৯৭৩),
  • ঘাচিৰাম কোটৱাল (১৯৭৩),
  • দম্ব্‌দ্বীপচা মুকাবলা (১৯৭৪),
  • ভল্যাকাকা (১৯৭৫),
  • বেবী (১৯৭৫),
  • পাহিজে জাতীচে (১৯৭৬),
  • মিত্ৰাচী গ’ষ্ট (১৯৮২),
  • কম্‌লা (১৯৮২),
  • কন্যাদান (১৯৮৩),
  • বিথ্‌থলা (১৯৮৫),
  • চিৰঞ্জীৱ সৌভাগ্যকাক্ষিনী (১৯৯২),
  • সফৰ (১৯৯২),
  • নিয়তীচা বৈলালা (১৯৯২),
  • ফুট্‌পায়ৰীচা সম্ৰাট (২০০৭) ইত্যাদি।


বচন সম্পাদনা কৰক

  • অৰবিন্দ দেশাই কী অজীৱ দাস্তা (১৯৭৮)
  • ২২ জুন ১৮৯৭

ইংৰাজীত উপলদ্ধ গ্ৰন্থপঞ্জী সম্পাদনা কৰক

  • Silence! The Court Is in Session (Three Crowns). Priya Adarkar (Translator), Oxford University Press, 1979.ISBN 0-19-560313-3.
  • Ghashiram Kotwal, Sangam Books, 1984 ISBN 81-7046-210-X.
  • The Churning, Seagull Books, India, 1985 ISBN 0-85647-120-8.
  • The Threshold: (Umbartha - Screenplay), Shampa Banerjee (Translator), Sangam Books Ltd.,1985 ISBN 0-86132-096-4.
  • Five Plays (Various Translators), Bombay, Oxford University Press, 1992 ISBN 0-19-563736-4.
  • The Last Days of Sardar Patel and The Mime Players: Two Screen Plays New Delhi, Permanent Black, 2001 ISBN 81-7824-018-1.
  • Modern Indian Drama: An Anthology Sāhitya Akademi, India, 2001 ISBN 81-260-0924-1.
  • Mitrāchi Goshta : A Friend’s Story: A Play in Three Acts Gowri Ramnarayan (Translator). New Delhi, Oxford University Press, 2001 ISBN 0-19-565317-3.
  • Kanyādān, Oxford University Press, India, New Ed edition, 2002 ISBN 0-19-566380-2.
  • Collected Plays in Translation New Delhi, 2003, Oxford University Press. ISBN 0-19-566209-1.
  • The Cyclist and His Fifth Woman: Two Plays by Vijay Tendulkar Balwant Bhaneja (Translator), 2006 Oxford India Paperbacks ISBN 0-19-567640-8.

প্ৰাপ্ত পদকসমূহ সম্পাদনা কৰক

  1. পদ্মভূষণ: ১৯৮৪
  2. সংগীত নাটক একাডেমী ফেলস্বিপ: ১৯৯৮
  3. ১৯৭৭ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: মন্থন

অধিক পঢ়ক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক