দ'দান থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
10 নং শাৰী:
| longd = 90°
-->
|latd = 26| latm = 59| lats = 47| latNS = N
|longd= 90| longm= 53| longs = 49| longEW = E
|map_caption = অসমত গোৱালপাৰা জিলাত থানখনৰ অৱস্থান
31 নং শাৰী:
}}
 
[[অসম]]ৰ [[গোৱালপাৰা জিলা|গোৱালzwপাৰা জিলা]]ৰ আগিয়াৰ পৰা ১৮ কিলোমিটাৰ আঁতৰত অৱস্থিত বায়দাত অৱস্থিত এখন থান হ'ল '''শ্ৰীশ্ৰী ৰিছি আশ্ৰিত দ'দান থান'''৷ প্ৰতিবছৰে ফাগুনৰ শুক্লা মহাষ্টমীৰ পৰা একাদশীলৈ ইয়াত এখন মেলা উদযাপন কৰা হয়৷ ১৯৭১ চনৰ পৰা [[ৰাভা]]সকলে পৰম উলহ-মালহেৰে ইয়াক জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে৷ এই মেলাত [[শিৱ]]ৰ (ৰিছি) পূজা-অৰ্চনা কৰাৰ লগতে বীৰ ৰজা দ'দান আৰু দ'দান ৰজাৰ সেনাপতি মাৰুক্ষেত্ৰীলৈ শ্ৰদ্ধাৰ্য্য তৰ্পণ কৰা হয়৷ পূৰ্বতে যদিও দ'দান মেলাত শাক্ত পূজাৰ প্ৰচলন আছিল, সম্প্ৰতি বৈষ্ণৱ আচাৰ-নীতিৰে পূজা-অৰ্চনা কৰা হয়৷<ref name=axom>পৰ্যটন ক্ষেত্ৰৰূপে দ'দান, মনোৰঞ্জন কলিতা, আমাৰ অসম, পূৰ্বাচল, ১৮ মাৰ্চ ২০১২</ref>
 
==ইতিহাস==
"https://as.wikipedia.org/wiki/দ%27দান_থান"ৰ পৰা অনা হৈছে