বীৰেন শৰ্মা অসমৰ এগৰাকী চিত্ৰনাট্য লেখক৷ তাৰোপৰি তেওঁ বিশ্বনাথ চাৰিআলিৰ পৰা মুক্তি পোৱা 'অভিযান' নামৰ অসমীয়া চলচ্চিত্ৰখনিৰ কাহিনীৰ লিখক৷[1]

জীৱন সম্পাদনা কৰক

বিশ্বনাথ চাৰিআলিৰ গড়েহাগীত ১৯৮৬ চনত বীৰেন শৰ্মাৰ জন্ম হয়৷ তেওঁৰ পিতৃ যাদৱ শৰ্মা আৰু মাতৃ স্বৰ্ণপ্ৰভা দেৱী৷ তেওঁৰ ভাতৃ কুমুদ শৰ্মা আছিল বিশ্বনাথ চাৰিআলিৰ প্ৰথম অনাতাঁৰ নাট্যকাৰ৷ শৈশৱকালৰ পৰাই বীৰেন শৰ্মাই সাহিত্য চৰ্চা আৰম্ভ কৰে৷ পৰৱৰ্ত্তী কালত তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে নাটক সম্প্ৰচাৰ কৰে৷[1]

কৰ্মৰাজি সম্পাদনা কৰক

অনাতাঁৰ নাটক সম্পাদনা কৰক

  1. ত্ৰিভুজ
  2. কোম্পানী
  3. বকুলনীৰ বিৰিণা
  4. বৌ
  5. মৃগতৃষ্ণা
  6. কন্যা বিভ্ৰাট

টেলিফিল্ম সম্পাদনা কৰক

  1. মৃগতৃষ্ণা
  2. গৃহলক্ষ্মী

বোলছবি সম্পাদনা কৰক

  1. অভিযান

গ্ৰন্থ সম্পাদনা কৰক

  1. গীতে গীতে গীতালি[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "জোনাকী বাট, দৈনিক অসম". ২০ ডিচেম্বৰ, ২০১৩. http://www.assamtribune.com/scripts/dainik.asp?id=Jonakibaat/Page4। আহৰণ কৰা হৈছে: 23 ডিচেম্বৰ 2013. [সংযোগবিহীন উৎস]