ভাটৌ ফুল
ভাটৌ ফুল (বৈজ্ঞানিক নাম: Papilionanthe teres) হৈছে এক প্ৰজাতিৰ অৰ্কিড। দক্ষিণ-পূৱ এছিয়াত ইয়াৰ কেইবাটাও প্ৰকাৰভেদ পোৱা যায়। ইয়াক য়ুনান আৰু হিমালয়ৰ নিকতবৰ্তী অঞ্চলতো দেখা পোৱা যায়। ইয়াৰ এটা প্ৰকাৰ 'Andersonii'ৰ ভগ্নী প্ৰকাৰ Vanda 'Miss Joaquim' হৈছে চিংগাপুৰৰ ৰাষ্ট্ৰীয় ফুল। কেৱল এইখন দেশৰ ৰাষ্ট্ৰীয় ফুলহে এবিধ বৰ্ণ-সংকৰ প্ৰজাতিৰ ফুল।[2]
ভাটৌ ফুল | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Papilionanthe |
প্ৰজাতি: | P. teres |
দ্বৈৰাশিক নামকৰণ | |
Papilionanthe teres (Roxb.) Schltr. | |
সমাৰ্থক[1] | |
|
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ "Bhutan Biodiversity Portal". https://biodiversity.bt/species/show/3902.
- ↑ "Papilionanthe teres (Roxb.) Schltr.". eMonocot. http://www.emonocot.org/taxon/urn:kew.org:wcs:taxon:147347। আহৰণ কৰা হৈছে: 4 June 2017.