ভাষাবিজ্ঞান উপক্ৰমণিকা

ভাষাবিজ্ঞান উপক্ৰমণিকা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ। লিখক অৰ্পণা কোঁৱৰ। প্ৰথম প্ৰকাশ হয় ২০০২ চনত। প্ৰকাশক বনলতা।[1] গ্ৰন্থখনত ভাষাৰ তাৎপৰ্য, ভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা, ভাষা চৰ্চা আৰু অধ্যয়নৰ ইতিহাস, ভাষাতত্ত্ব, ভাষাবিজ্ঞান, ব্যাকৰণ, ভাষাবিজ্ঞানৰ পৰিধি, ধ্বনিবিজ্ঞান, ধ্বনিতত্ত্ব, বৰ্ণবিজ্ঞান, ৰূপতত্ত্ব, বাক্যতত্ত্ব, অৰ্থতত্ত্ব, ভাষাৰ পৰিৱৰ্তন আদি বিষয়সমূহৰ ওপৰত বৰ্ণনা কৰা হৈছে।

ভাষাবিজ্ঞান উপক্ৰমণিকা  
লেখক অৰ্পণা কোঁৱৰ
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ ভাষা বিষয়ক গ্ৰন্থ
মিডিয়া প্ৰকাৰ মুদ্ৰণ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. অৰ্পণা কোঁৱৰ (২০১২). ভাষাবিজ্ঞান উপক্ৰমণিকা. বনলতা.